readme_as.txt

(34 KB) Pobierz
			
======================================================================
LibreOffice 3.4 মোক পঢ়ক
======================================================================

এই মোকপঢ়ক নথিপত্ৰৰ সেহতীয়া আপডেইটৰসমূহৰ বাবে, http://www.libreoffice.org/welcome/readme.html চাওক

এই নথিপত্ৰয় LibreOffice চফ্টওৱেৰৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য অন্তৰ্ভুক্ত কৰে। আপোনাক ইনস্টল আৰম্ভ কৰাৰ আগত এই তথ্য সাৱধানেৰে পঢ়ি লোৱাৰ পৰামৰ্শ দিয়া হৈছে।

এই উৎপাদনৰ উন্নয়নৰ বাবে LibreOffice সম্প্ৰদায় দায়ি, আৰু আপোনাক এজন সম্প্ৰদায় সদস্য হিচাপে অংশগ্ৰহন কৰিবলে নিমন্ত্ৰণ জনাইছে। যদি আপুনি এজন নতুন ব্যৱহাৰকাৰী হয়, আপুনি LibreOffice ছাইট চাব পাৰে, যত আপুনি LibreOffice প্ৰকল্পৰ আৰু যিসকল সম্প্ৰদায় ইয়াৰ চৌপাশে অস্তিত্ববান সিহতৰ বিষয়ে বহুতো তথ্য পাব। http://www.libreoffice.org/।
			
LibreOffice সঁচাকে যিকোনো ব্যৱহাৰকাৰীৰ কাৰণে বিনামূলীয়া নে?
----------------------------------------------------------------------

LibreOffice সকলোৰে ব্যৱহাৰৰ কাৰণে বিনামূলীয়াকে উপলব্ধ। আপুনি এই LibreOffice -ৰ কপি লব পাৰে আৰু যিমান ইচ্ছা সিমান কমপিউটাৰত ইনস্টল কৰিব পাৰে, আৰু ইয়াক যিকোনো কাৰণত ব্যৱহাৰ কৰিব পাৰে যেনে (বানিজ্যিক, চৰকাৰী, ৰাজহুৱা, প্ৰসাশনীয় আৰু শিক্ষামূলক ব্যৱহাৰ)। অধিক জানিবলে এই LibreOffice ডাউনলোডৰ লগত পেকেইজ্ড অনুজ্ঞা লিখনী চাওক।
			
LibreOffice যিকোনো ব্যৱহাৰকাৰীৰ কাৰণে বিনামূলিয়া কিয়?
----------------------------------------------------------------------

আপুনি LibreOffice -ৰ এই কপি বিনামূলিয়াভাবে ব্যৱহাৰ কৰিব পাৰে কাৰণ সূকীয়া অৱদানকাৰী আৰু কৰপোৰেট অনুপালকসমূহে ৰূপাঙ্কন, উন্নয়ন, পৰিক্ষা, অনুবাদ, তথ্যচিত্ৰ লিখনী, সমৰ্থন, বিপণন আৰু বহু ধৰণে সহায় কৰিছে LibreOffice -ক তাৰ বৰ্তমান ৰূপ দিবলে - বিশ্বৰ আগশাৰীৰ মুক্ত উৎস উৎপাদনকাৰী চফ্টওৱেৰ ঘৰ আৰু অফিচৰ বাবে।

যদি আপুনি তেওলোকৰ চেষ্টাসমূহ সলাগে, আৰু সুনিশ্চিত কৰিব বিচাৰে যে LibreOffice ভবিষ্যততো উপলব্ধ হৈ থাকে, অনুগ্ৰহ কৰি প্ৰকল্পটোলে অৱদান দিয়াৰ কথা ভাবি চাওক - বিৱৰণৰ বাবে  http://www.documentfoundation.org/contribution/ চাওক। প্ৰতিজনে কিছু পৰিমাণৰ অৱদান দিব পাৰিব।
			
----------------------------------------------------------------------
ইনষ্টলেছন টোকা
----------------------------------------------------------------------
			
ছিষ্টেমৰ প্ৰয়োজনীয়তাবোৰ:
----------------------------------------------------------------------

* Microsoft Windows 2000 (Service Pack 4 or higher), XP, or Vista
* Pentium compatible PC (Pentium III or Athlon recommended)
* 256 MB RAM (512 MB RAM recommended)
* ১.৫ GB লৈকে হাৰ্ড ডিস্ক ঠাই উপলব্ধ আছে
* 1024x768 resolution (higher resolution recommended), at least 256 colors

টোকা: অনুগ্ৰহ কৰি সতৰ্ক হওক যে ইনষ্টল কৰা প্ৰক্ৰিয়াটোৰ কাৰণে প্ৰশাসক অধিকাৰবোৰৰ প্ৰয়োজন.

Microsoft Office  ৰ কাৰণে LibreOffice অবিকল্পিত ৰূপে ন'হ'বলৈ সংস্থাপকৰ তলৰ command line switches বলবৎ কৰিব পাৰি:

* /msoreg=1 এ LibreOffice ক Microsoft Office formats ৰ কাৰণে অবিকল্পিত কৰিব ।
* /msoreg=0 এ LibreOffice ক Microsoft Office formats ৰ কাৰণে অবিকল্পিত নকৰে ।

যদি আপুনি সংহতি /a ব্যৱহাৰ কৰি এটা প্ৰসাশনীয ইনস্টল কৰিব বিচাৰে, আপুনি সুনিশ্চিত হব লাগিব যে msvc90.dll নথিপত্ৰটো চিস্টেমত ইনস্টল হৈ আছে। এটা প্ৰসাশনীয় ইনস্টলৰ পিছত LibreOffice আৰম্ভ হবলে এই নথিপত্ৰৰ প্ৰয়োজন হয়। আপুনি নথিপত্ৰটো http://www.microsoft.com/downloads/details.aspx? familyid=9B2DA534-3E03-4391-8A4D-074B9F2BC1BF -ৰ পৰা পাব

টোকা: অনুগ্ৰহ কৰি সতৰ্ক হওক যে ইনষ্টল কৰা প্ৰক্ৰিয়াটোৰ কাৰণে প্ৰশাসক অধিকাৰবোৰৰ প্ৰয়োজন.

অনুগ্ৰহ কৰি সুনিশ্চিত হওক যে আপোনাৰ চিস্টেমত থকা অস্থায়ী ডাইৰেটৰিত পৰ্যাপ্ত খালি ঠাই আছে, আৰু অনুগ্ৰহ কৰি সুনিশ্চিত কৰক যে পঢ়া, লিখা আৰু চলা অভিগম অধিকাৰসমূহৰ অনুমতি দিয়া হৈছে। ইনস্টল প্ৰক্ৰিয়া আৰম্ভ কৰাৰ আগত সকলো অন্য প্ৰগ্ৰাম বন্ধ কৰক।
			
Debian/Ubuntu-ভিত্তিয় Linux চিস্টেমত LibreOffice -ৰ ইনস্টল
----------------------------------------------------------------------

যদি আপোনাৰ LibreOffice -ৰ পূৰ্বৱৰ্তী সংস্কৰণ ইতিমধ্যে ইনস্টল হৈ আছে, তেনেহলে আপুনি আগবঢাৰ আগত ইয়াক ডিইনস্টল কৰি লব লাগিব। সেইটো কি ধৰণে কৰা হব তাৰ বিষয়ে নিৰ্দেশসমূহৰ বাবে, অনুগ্ৰহ কৰি LibreOffice -ৰ এটা পূৰ্বৱৰ্তী সংস্কৰণৰ ডিইনস্টল -ৰ তলত থকা অংশটো পঢ়ক। এটা ভাষা পেক কি ধৰণে ইনস্টল কৰা হব (LibreOffice -ৰ মাৰ্কিন ইংৰাজী সংস্কৰণ ইনস্টল কৰাৰ পিছত) তাৰ বিষয়ে নিৰ্দেশসমূহ পাবলে, অনুগ্ৰহ কৰি এটা ভাষা পেক ইনস্টল কৰা -ৰ তলত থকা অংশটো পঢ়ক।

যেতিয়া আপুনি ডাউনলোড কৰা আৰ্কাইভ আনপেক কৰে, আপুনি দেখিব যে সমলসমূহক এটা উপ- ডাইৰেকটৰিত অসংকোতিচ কৰা হৈছে। এটা নথিপত্ৰ ব্যৱস্থাপক উইন্ডো খোলক, আৰু ডাইৰেকটৰিক এটা "LibO_" লে আৰম্ভ হোৱা, সংস্কৰণ নম্বৰ আৰু কিছু প্লেটফৰ্ম তথ্যৰে অনুকৰণ হোৱালে সলনি কৰক। 

ডাইৰেকটৰিয়ে "DEBS" নামৰ এটা উপ-ডাইৰেকটৰি অন্তৰ্ভুক্ত কৰে। ডাইৰেকটৰিক "DEBS" ডাইৰেকটিলে সলনি কৰক।

ডাইৰেকটৰিৰ ভিতৰত ৰাইট-ক্লিক কৰক আৰু বাছক "টাৰমিনেলত খোলক"। এটা টাৰমিনেল উইন্ডো খোল খাব। টাৰমিনােল উইন্ডো কমান্ড শাৰীৰ পৰা, নিম্নলিখিত কমান্ড সোমাওক (কমান্ডটো প্ৰেৰণ হোৱাৰ আগত আপোনাক আপোনাৰ ৰুট ব্যৱহাৰকাৰী পাছওৱাৰ্ড বিচৰা হব):

sudo dpkg -i *.deb

উপৰত থকা dpkg কমান্ডে ইনস্টল প্ৰক্ৰিয়াৰ প্ৰথম অংশ কৰে। প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলে, আপুনি ডেস্কটপ অনুকলন পেকেইজসমূহ ইনস্টল কৰিব লাগিব। সেয়া কৰিবলে, নিম্নলিখিত কমান্ড ব্যৱহাৰ কৰি ডাইৰেকটৰিক "ডেস্কটপ অনুকলন" ডাইৰেকটৰিলে সলনি কৰক যোনটো "DEBS" ডাইৰেকটৰিৰ ভিতৰত আছে:

cd ডেস্কটপ-অনুকলন

এতিয়া dpkg কমান্ড পুনৰ চলাওক:

sudo dpkg -i *.deb

ইনস্টল প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হৈছে, আৰু আপোনাৰ ডেস্কটপৰ অনুপ্ৰয়োগসমূহ/অফিচ মেনুত থকা সকলো LibreOffice অনুপ্ৰয়োগসমূহৰ বাবে আইকনসমূহ আপোনাৰ থাকিব লাগিব।
			
Fedora, Suse, Mandriva আৰু অন্য Linux চিস্টেমসমূহত RPM পেকেইজসমূহ ব্যৱহাৰ কৰি LibreOffice -ৰ ইনস্টল
----------------------------------------------------------------------

যদি আপোনাৰ LibreOffice -ৰ পূৰ্বৱৰ্তী সংস্কৰণ ইতিমধ্যে ইনস্টল হৈ আছে, তেনেহলে আপুনি আগবঢাৰ আগত ইয়াক ডিইনস্টল কৰি লব লাগিব। সেইটো কি ধৰণে কৰা হব তাৰ বিষয়ে নিৰ্দেশসমূহৰ বাবে, অনুগ্ৰহ কৰি LibreOffice -ৰ এটা পূৰ্বৱৰ্তী সংস্কৰণৰ ডিইনস্টল -ৰ তলত থকা অংশটো পঢ়ক। এটা ভাষা পেক কি ধৰণে ইনস্টল কৰা হব (LibreOffice -ৰ মাৰ্কিন ইংৰাজী সংস্কৰণ ইনস্টল কৰাৰ পিছত) তাৰ বিষয়ে নিৰ্দেশসমূহ পাবলে, অনুগ্ৰহ কৰি এটা ভাষা পেক ইনস্টল কৰা -ৰ তলত থকা অংশটো পঢ়ক।

যেতিয়া আপুনি ডাউনলোড কৰা আৰ্কাইভ আনপেক কৰে, আপুনি দেখিব যে সমলসমূহক এটা উপ- ডাইৰেকটৰিত অসংকোতিচ কৰা হৈছে। এটা নথিপত্ৰ ব্যৱস্থাপক উইন্ডো খোলক, আৰু ডাইৰেকটৰিক এটা "LibO_" লে আৰম্ভ হোৱা, সংস্কৰণ নম্বৰ আৰু কিছু প্লেটফৰ্ম তথ্যৰে অনুকৰণ হোৱালে সলনি কৰক। 

এই ডাইৰেকটৰিৰ এটা উপডাইৰেকটৰি "RPMS" ইনস্টল হৈ আছে। ডাইৰেকটৰিক "RPMS" ডাইৰেকটৰিলে সলনি কৰক।

ডাইৰেকটৰিৰ ভিতৰত ৰাইট-ক্লিক কৰক আৰু বাছক "টাৰমিনেলত খোলক"। এটা টাৰমিনেল উইন্ডো খোল খাব। টাৰমিনােল উইন্ডো কমান্ড শাৰীৰ পৰা, নিম্নলিখিত কমান্ড সোমাওক (কমান্ডটো প্ৰেৰণ হোৱাৰ আগত আপোনাক আপোনাৰ ৰুট ব্যৱহাৰকাৰী পাছওৱাৰ্ড বিচৰা হব):

Fedora-ভিত্তিয় চিস্টেমসমূহৰ বাবে: su -c 'yum install *.rpm'

Mandriva-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo urpmi *.rpm

অন্য RPM-ভিত্তিয় চিস্টেমসমূহ (Suse, etc.) -ৰ বাবে: rpm -Uvh *.rpm

উপৰত থকা কমান্ডে ইনস্টল প্ৰক্ৰিয়াৰ প্ৰথম অংশ কৰে। প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলে, আপুনি ডেস্কটপ অনুকলন পেকেইজসমূহ ইনস্টল কৰিব লাগিব। সেয়া কৰিবলে, নিম্নলিখিত কমান্ড ব্যৱহাৰ কৰি ডাইৰেকটৰিক "ডেস্কটপ অনুকলন" ডাইৰেকটৰিলে সলনি কৰক যোনটো "RPMS" ডাইৰেকটৰিৰ ভিতৰত আছে:

cd ডেস্কটপ-অনুকলন

এতিয়া ইনস্টল কমান্ডটো পুনৰ চলাওক:

Fedora-ভিত্তিয় চিস্টেমসমূহৰ বাবে: su -c 'yum install *redhat*.rpm'

Mandriva-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo urpmi *mandriva*.rpm

অন্য RPM-ভিত্তিয় চিস্টেমসমূহৰ বাবে (Suse, etc.): rpm -Uvh *suse*.rpm

ইনস্টল প্ৰক্ৰিয়া এতিয়া সম্পূৰ্ণ হৈছে, আৰু আপোনাৰ ডেস্কটপৰ অনুপ্ৰয়োগসমূহ/অফিচ মেনুত থকা সকলো LibreOffice অনুপ্ৰয়োগসমূহৰ বাবে আইকনসমূহ আপোনাৰ থাকিব লাগিব।
			
Linux বিতৰনসমূহৰ বাবে ডেস্কটপ অনুকলন উদ্বেগীয় টোকাসমূহ উপৰত থকা ইনস্টল নিৰ্দেশসমূহত অন্তৰ্ভুক্ত নহয়
----------------------------------------------------------------------

LibreOffice -ক এই ইনস্টল নিৰ্দেশসমূহত ধাৰ্য্যত নহোৱা অন্য Linux বিতৰনসমূহত ইনস্টল কৰা অতি সহজভাৱে সম্ভব হব লাগে। মূখ্য কাৰণ যাৰ কাৰণে ভিন্নতাৰ সন্মুখিন হব পাৰে হল ডেস্কটপ অনুকলন।

ডেস্কটপ-অনুকলন ডাইৰেকটৰিটোৱে libreoffice3.3-freedesktop-menus-3.3.1.noarch.rpm (অথবা অনুৰূপ) নামৰ পেকেইজ এটা অন্তৰ্ভুক্ত কৰে। এইটো এটা পেকেইজ সকলো Linux বিতৰনৰ বাবে যিসকলে Freedesktop.org -ৰ ধাৰ্য্যকৰন/উপদেশসমূহ (http://en.wikipedia.org/wiki/Freedesktop.org) সমৰ্থন কৰে, আৰু উপৰৰ নিৰ্দেশসমূহত অন্তৰ্ভুক্ত নোহোৱা অন্য Linux বিতৰনসমূহত ইনস্টল কৰাৰ কাৰণে যোগান দিয়া হৈছে।
			
এটা ভাষা পেক ইনস্টল কৰা হৈ আছে
----------------------------------------------------------------------

আপোনাৰ পছন্দৰ ভাষা আৰু প্লেটফৰ্মৰ কাৰণে ভাষা পেক ডাউনলোড কৰক। ইহত মূখ্য ইনস্টল আৰকাইভ যি অৱস্থানৰ আছে তাতে উপলব্ধ। Nautilus নথিপত্ৰ ব্যৱস্থাপকৰ পৰা, ডাউনলোড কৰা আৰকাইভক এটা ডাইৰেকটৰি (যেনে আপোনাৰ ডেস্কটপ) লে এক্সস্ট্ৰেক্ট কৰক। সুনিশ্চিত কৰক যে আপুনি সকলো LibreOffice অনুপ্ৰয়োগ (QuickStarter -কে ধৰি, যদি ইয়াক আৰম্ভ কৰা হৈছে) প্ৰস্থান কৰিছে।

যিটো ডাইৰেকটৰিলে আপুনি ডাউনলোড কৰা ভাষা পেক এক্সস্ট্ৰেক্ট কৰিছে তালৈকে ডাইৰেকটৰি সলনি কৰক।

এতিয়া ডাইৰেকটৰিক সেই ডাইৰেকটৰিলে সলনি কৰক যাক এক্সস্ট্ৰেকষণ প্ৰক্ৰিয়াৰ সময়ত সৃষ্টি কৰা হৈছিল। উদাৰহনস্বৰূপে, এটা ৩২-বিট Debian/Ubuntu-ভিত্তিয় চিস্টেমৰ ফৰাচী ভাষা পেকৰ কাৰণে, ডাইৰেকটৰি নাম LibO_, অতিৰিক্তভাৱে আছে কিছু সংস্কৰণ তথ্য, Linux_x86_langpack-deb_fr।

এতিয়া ডাইৰেকটৰিক সেই ডাইৰেকটৰিলে সলনি কৰক যি ইনস্টল কৰিব লগিয়া পেকেইজসমূহ অন্তৰ্ভুক্ত কৰে। Debian/Ubuntu-ভিত্তিয় চিস্টেমসমূহত, ডাইৰেকটৰি DEBS হব। Fedora, Suse অথবা Mandriva চিস্টেমসমূহত, ডাইৰেকটৰি RPMS হব।

Nautilus নথিপত্ৰ ব্যৱস্থাপকৰ পৰা, ডাইৰেকটৰিত ৰাইট-ক্লিক কৰক আৰু বাছক "টাৰমিনেলত খোলক"। টাৰমিনেল উইন্ডো যিটো আপুনি এইমাত্ৰ খোলিছে, ভাষা পেক ইনস্টল কৰিবলে কমান্ড প্ৰেৰণ কৰক (তলত থকা সকলো কমান্ডৰ সৈতে, আপোনাক আপোনাৰ ৰুট ব্যৱহাৰকাৰী পাছওৱাৰ্ড বিচৰা হব পাৰে):

Debian/Ubuntu-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo dpkg -i *.deb

Fedora-ভিত্তিয় চিস্টেমসমূহৰ বাবে: su -c 'yum install *.rpm'

Mandriva-ভিত্তিয় চিস্টেমসমূহৰ বাবে: sudo urpmi *.rpm

অন্য RPM-ব্যৱহাৰকাৰী চিস্টেমসমূহ (Suse, etc.) -ৰ বাবে: rpm -Uvh *.rpm

এতিয়া LibreOffice অনুপ্ৰয়োগসমূহৰ এটা -  Writer, উদাহৰনস্বৰূপে, আৰম্ভ কৰক। সঁজুলিসমূহ মেনুলে যাওক আৰু বাছক বিকল্পসমূহ। বিকল্পসমূহ ডাইলগ বাকচত, "ভাষা সংহতিসমূহ" ক্লিক কৰক আৰু তাৰ পিছত ক্লিক কৰক "ভাষাসমূহ"। "ব্যৱহাৰকাৰী আন্তঃপৃষ্ট" তালিকা তললৈ নমাওক আৰু আপুনি এতিয়া ইনস্টল কৰা ভাষা বাছক। যদি আপুনি বিচাৰে, "স্থানীয় সংহতি", "অবিকল্পিত মুদ্ৰা",...
Zgłoś jeśli naruszono regulamin